Sannidhya Bhuyan X Bozropat Music - Smriti ( স্মৃতি ) Lyrics
Watch/Listen
Lyrics-
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
মন প্ৰাণ উতলা কৰা
সপোনে সাৱটি ধৰা
স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
বুকুৰ উমেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা
আবেগে ভৰা মূৰ্চনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
ভাবনাতে জিলিকে মুখ খনি
ল'ৰালিৰে সংগী তুমি জনি
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ
ভাবনাতে জিলিকে মুখ খনি
ল'ৰালিৰে সংগী তুমি জনি
যেতিয়া উভতি চাওঁ
সৰগী সুৰভি পাওঁ
মন প্ৰাণ উতলা কৰা
সপোনে সাৱটি ধৰা
স্মৃতি পাপৰি হিয়া ভৰি আছে জানা
বুকুৰ উমেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা
আবেগে ভৰা মূৰ্চনা
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
সাঁচি ৰখা মিঠা সোঁৱৰণি
ল'ৰালিতে অঁকা ছবি খনি
মনেৰে উভতি চাওঁ
ল'ৰালিৰে গীত গাও
Tags:
Assamese Lyrics
My Frist post on this blog. ,♥️♥️♥️
ReplyDelete