Protidine Lyrics - Rodor Sithi- Zubeen Garg and Papon

Protidine song lyrics

Protidine Tumi is an assamese song of Rodor Sithi Movie, the song sung by Zubeen Garg and papon. Music by Zubeen Garg. 
Protidine Song Details
🎵Song Protidine
🎙️Singer Zubeen Garg, Papon
✍️Lyrics Diganta Bharati
✍️ Additional Lyrics Pratima Pandey Barua
🎥 Movie Rodor Sithi
📜Song language Assamese
🏷️Lebel Times Music
🗒️Lyrics available in Assamese, English

Protidine Lyrics in Assamese

( বাংলা ঘৰে থাইকো ৰে দামান বাংলা লেখন 
লেখে আঁৰ বান্ধে বাংলা লেখে
লেখে ৰে দামান কান্ধিয়া আসতি 
ক‌ইছে আ‍ঁৰ বান্ধে কোথায় ৰ‌ইলে
দৰদেৰ বাপ-মাউ কান্ধিয়া ইসতি 
ক‌ইছে আ‍ঁৰ বান্ধে থাকিমু কুনথি.. )

প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বোল 
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বোল

এপাহিঁ হাহিঁ এপাহি দুখ
তাৰেই সজাই তোলো মুখ
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বোল

আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে
অ অ অ অ অ ..
আকাশে গাতে ল’বৰে মন
সাগৰ তলিত শুৱৰে মন
মনৰ চিলা উৰুৱাই জীৱনে
সোণালী হৈ থাকক তোমাৰে মোৰে সময়
বুকুৱে বুকুৱে 
ৰৈ যায় যেন মধুময়

( বাংলা ঘৰে থাইকো ৰে দামান বাংলা লেখন 
লেখে আঁৰ বান্ধে বাংলা লেখে
লেখে ৰে দামান কান্ধিয়া আসতি 
ক‌ইছে আ‍ঁৰ বান্ধে কোথায় ৰ‌ইলে
দৰদেৰ বাপ-মাউ কান্ধিয়া ইসতি 
ক‌ইছে আ‍ঁৰ বান্ধে থাকিমু কুনথি.. )

হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা
অ অ অ অ অ ..
হৃদয় কপোৱা গান এটি
পোৱা নোপোৱাৰ সুৰ এটি
তাতেই হেৰাই ছন্দ মোৰ হয়তো বা
তথাপি সপোনৰ সপোনৰে দিঠকত
তোমাক আদৰো সেন্দুৰীয়া বাটত

এপাহি ফুল, ৰঙৰে বোল 
প্ৰতিদিনে তুমি দিয়া আহি এপাহি ফুল
অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বোল 
এপাহিঁ হাহিঁ এপাহি দুখ
তাৰেই সজাই তোলো মুখ

( বাংলা ঘৰে থাইকো ৰে দামান বাংলা লেখন 
লেখে আঁৰ বান্ধে বাংলা লেখে
লেখে ৰে দামান কান্ধিয়া আসতি 
ক‌ইছে আ‍ঁৰ বান্ধে কোথায় ৰ‌ইলে
দৰদেৰ বাপ-মাউ কান্ধিয়া ইসতি 
ক‌ইছে আ‍ঁৰ বান্ধে থাকিমু কুনথি.. )

Protidine Lyrics in English

Protidine Tumi Diya Aahi Aapahi Ful
O Jibon Tumi Rohoniya Rongore Bol
Protidine Tumi Diya Aahi Aapahi Ful
O Jibon Tumi Rohoniya Rongore Bol

Aapahi Hahi Aapahi Dukh
Tarei Xojai Tolo Mukh
Protidine Tumi Diya Aahi Aapahi Ful
O Jibon Tumi Rohoniya Rongore Bol

Akhaxe Ghate Lobore Mon
Xagor Tolite Hubore Mon
Monor Xila Uruwai Jibone

Akhaxe Ghate Lobore Mon
Xagor Tolite Hubore Mon
Monor Xila Uruwai Jibone

Xonali Hoi Thakok Tumare Mur Xomoy
Bukuye Bukuye Roi Jen Modumoy

Ridoy Kopuwa Gaan Ati
Puwa Nopuwar Xur Ati
Tatei Heral Sondo Mur Hoytho Ba
Ridoy Kopuwa Gaan Ati
Puwa Nopuwar Xur Ati
Tatei Heral Sondo Mur Hoytho Ba
Tothapi Xopunor Xopunore Dithokot
Tumak Adoro Xenduriya Batot

Aapahi Ful, Rongore Bol
Protidine Tumi Diya Aahi Aapahi Ful
O Jibon Tumi Rohoniya Rongore Bol
Aapahj Hahi Aapahi Dukh
Tarei Xojai Tolo Mukh

Orginal Song 


Post a Comment

Previous Post Next Post